মুম্বাই -চানেকী

নৈ আৰু ল’ৰাৰ কাহিনী

[ লেখক: সাগৰ সৌৰভ ] নৈখনে পাৰত এৰিথৈ যোৱা শিলটোৰ মতে ল’ৰাটো ঢুকুৱা আজি বহুদিনেই হ’ল     তাৰ আঙুলীকেইটা এতিয়াও ট্ৰিগাৰত লাগি আছে ‘কালৰো কাল বিপৰীত কাল’ বুলি গালৈ চতিয়াই দিয়া সৰিয়হ চাটি উফৰি ক’ৰবাত পৰিলগৈ পদশব্দত হেৰাই গ’ল অতীজ যেন নিচুকনি সন্ধিয়াৰ বোল এথেও–বেথেওকৈ ট্ৰিগাৰটোৱে মোৰ আঙুলীবোৰ পিন্ধি ল’লে বুকুত পিন্ধিবলৈ এতিয়াও সংকোচৰ আন্ধাৰ সুৰংগ এলা–পেচাই কথা পৰিধান কৰাটো নগ্নতা ল’ৰাটোৰ হাড়ত বনবোৰ জোপোহা হ’ল মৰাতেজৰ… Read more →

অচিনাকী পেহাৰ কথাবোৰ

      [ Writer: HIRANYA DEKA ]   সেইদিনা অফিছৰ পৰা আহি থাকোতে ঘটনাতো ঘটিল । প্ৰায় বিলাক মানুহৰে অৱস্থা তথৈবচ , হোৱাৰো কথা । দিনৰ দিনটো কাম কৰি কৰি ঘৰলৈ ওভতাৰ কথা । গেলা গৰমৰ অসহ্যকৰ ভাৱটো আৰু  দিনটোৰ কামৰ কৰাৰ পিছত জন্ম হোৱা অশান্তিকৰ পৰিৱেশটোত সকলোৰে তথৈবচ হ’বই । তাতে কোনে বা কিমান গালি খাই আহিছে আৰু… Read more →

পদ্মশ্ৰী জাহ্নু বৰুৱাৰ সৈতে কথা-বাৰ্তা

[ লেখক: ড০ স্তুতি ৰঞ্জিত কোঁৱৰ ] মোৰ এই লেখাৰ আৰম্ভণিতে যদি মই জাহ্নুদাৰ পৰিচয় দি পাতনি মেলোঁ, তেন্তে হয়তো মই ব্যক্তিগতভাৱে জাহ্নুদাক অলপ অপমান কৰা হ’ব ৷ কাৰণ এই কথা মই স্বীকাৰ কৰিবই লাগিব যে পদ্মশ্ৰী জাহ্নু বৰুৱা কোন সেয়া প্ৰত্যেকজন অসমীয়াই চিনি পোৱাতো উচিত বুলি মই ভাবোঁ ৷ জাহ্নুদা অকল অসমৰে নহয়, সমগ্ৰ বিশ্ববাসীৰে পৰিচিত, বিশ্ববাসীৰে গৌৰৱ ৷… Read more →

শিক্ষা

[ লেখিকা: প্ৰীতি দেৱী বৰুৱা ] আবেলি চাহ্কাপ পৰিণীতা ফুকনে সদায় অকলেই খাবলগীয়া হয় ৷ কাৰণ গিৰীয়েক অৰৱিন্দ ফুকন অফিচৰপৰা দেৰিকৈ ওভতে ৷ পুত্ৰ আৰু জীয়াৰী উচ্চ শিক্ষাৰ বাবে দূৰৈত থাকে ৷ ঘৰৰ আগফালে ৰাস্তাৰ মানুহ চাই চাই চাহ খোৱাটো পৰিণীতা ফুকনৰ অভ্যাস ৷ আজিও তাৰ ব্যতিক্ৰম হোৱা নাই ৷ অন্য দিনাৰ দৰে আজিও পৰিণীতাই হাতত চাহ কাপ লৈ বাৰাণ্ডাৰ চকীখনত… Read more →

বিশ্বাসঘাতকতা

[ লেখক: ভাস্কৰ চৌধুৰী ] হৃদয় চকল চকলকৈ মাটিৰ চপৰাৰ দৰে খহে দুখৰ উত্তপ্ত শিখাত কলিজা মাজ নিশা দহে৷ সপোনবোৰ ভাগে… যদিও শব্দ নহয়, তুমি আৰু মোৰ নহয়… বাস্তৱে চিঞৰি চিঞৰি কয়৷ তুমি হয়তো আছিলা মোৰ বাবে এক জোনাকৰ অভিশাপ বুজাটো সহজ নহয় ইমান ভগ্ন হৃদয়ৰ কৰুণ বিলাপ৷ নিঃশব্দতাৰ ভাষা যদিহে বুজিব পাৰা তুমি এদিনাখন বুজিবা মোৰ বেদনা, সেইদিনা তোমাৰ… Read more →

উলমি থকা পকা ফল এটা

[ লেখক: কমল কুমাৰ তাঁতী ] উলমি থকা পকা ফল এটা আঙুলিৰে টুকুৰিয়াই চালোঁ ৰসাল সুগোল ফলটো উলমি আছিল গছডালত নে তেজৰঙা পাৰীৰ শাৰী পিন্ধা ঝুমুৰ নচা ছোৱালীবোৰৰ কলিজাৰ কোনোবা এটা কোণত? মোৰ মনত পৰে সৌ তাহানিতে কাৰ্বি বুঢ়াজনে সোধা প্ৰশ্নটোৰ কথা ‘‘সুখ পায় ক’ত অ’, কেনেকৈ পায়?’’ উলমি থকা ফলটো ছিঙি কাটি মোহাৰি খাই পেলোৱাত সুখ নে উলমি থকা… Read more →

পৰাৰ্থপৰতা

 [ লেখক: দেৱব্ৰত দাস ] এক এই ৰচনাখনৰ প্ৰথম অংশটোত যিটো সঁচা ঘটনাৰ অৱতাৰণা কৰা হ’ব সেইটো মোৰ এটা প্ৰিয় ঘটনা ৷ এইটোৰ সম্ভেদ পাইছিলোঁ ইণ্টাৰনেটৰ জৰিয়তে মোৰ এজন বন্ধুৰ সৌজন্যত ৷ ঘটনাটো মই ইতিমধ্যে স্থানান্তৰত এখন আপেক্ষিকভাৱে কম জনপ্ৰিয় কাকতত লিখিছিলোঁ যদিও মই ইয়াত আজি পুনৰোল্লেখ কৰিব ওলাইছোঁ, কাৰণ মোৰ আন্তৰিক ইচ্ছা যাতে বেছিতকৈও বেছি পাঠক ঘটনাটোৰ বিষয়ে অৱগত… Read more →

MOSAIC

[ Author: Kautilya Basumatary ] The Tata Institute of Social Sciences, located in Mumbai, Maharashtra has been the pioneer of Social Work education in India that was founded in the year 1936. This was marked by the celebration of it’s Platinum Jubilee in the month of December, 2011. The Institute is known not only for Social Work education but also… Read more →