Monthly Archives: April 2015

নৈ আৰু ল’ৰাৰ কাহিনী

[ লেখক: সাগৰ সৌৰভ ] নৈখনে পাৰত এৰিথৈ যোৱা শিলটোৰ মতে ল’ৰাটো ঢুকুৱা আজি বহুদিনেই হ’ল     তাৰ আঙুলীকেইটা এতিয়াও ট্ৰিগাৰত লাগি আছে ‘কালৰো কাল বিপৰীত কাল’ বুলি গালৈ চতিয়াই দিয়া সৰিয়হ চাটি উফৰি ক’ৰবাত পৰিলগৈ পদশব্দত হেৰাই গ’ল অতীজ যেন নিচুকনি সন্ধিয়াৰ বোল এথেও–বেথেওকৈ ট্ৰিগাৰটোৱে মোৰ আঙুলীবোৰ পিন্ধি ল’লে বুকুত পিন্ধিবলৈ এতিয়াও সংকোচৰ আন্ধাৰ সুৰংগ এলা–পেচাই কথা পৰিধান কৰাটো নগ্নতা ল’ৰাটোৰ হাড়ত বনবোৰ জোপোহা হ’ল মৰাতেজৰ… Read more →

অচিনাকী পেহাৰ কথাবোৰ

      [ Writer: HIRANYA DEKA ]   সেইদিনা অফিছৰ পৰা আহি থাকোতে ঘটনাতো ঘটিল । প্ৰায় বিলাক মানুহৰে অৱস্থা তথৈবচ , হোৱাৰো কথা । দিনৰ দিনটো কাম কৰি কৰি ঘৰলৈ ওভতাৰ কথা । গেলা গৰমৰ অসহ্যকৰ ভাৱটো আৰু  দিনটোৰ কামৰ কৰাৰ পিছত জন্ম হোৱা অশান্তিকৰ পৰিৱেশটোত সকলোৰে তথৈবচ হ’বই । তাতে কোনে বা কিমান গালি খাই আহিছে আৰু… Read more →