Monthly Archives: October 2014

শিৱসাগৰৰপৰা মুম্বাইলৈ

[ লেখিকা: ডলি শ্যাম ৱাইলুং ] একবিংশ শতাব্দী আৰম্ভ হ’বলৈ কেইটামান দিন আৰু বাকী আছিল ৷ ঘড়ীৰ টিক্ টিক্ শব্দবোৰে ছেকেণ্ডৰ পিছত মিনিট, ঘণ্টা, দিন পাৰ হ’বলৈ যেন আৰু বেছি সময় নল’লে ৷ হঠাৎ আহিছিল ২০০০ চনৰ ২৫ ডিচেম্বৰৰ দিনটো ৷ বৰদিন ৷  বিশ্বৰ চাৰিওফালে উলহ-মালহেৰে বৰদিন পালন কৰাৰ লগতে অসমতো চলিছে উছৱ উদযাপনৰ ধুম-ধাম ৷ পুৱাৰ বেলিটো যেন উদয়… Read more →