[Writer: DEEPEN RAJKONWAR] মুম্বাই… বম বাহিয়া… ব’ম্বে… আকৌ মুম্বাই৷ এখনি প্ৰাচীন অথচ আধুনিক মহানগৰ ৷ ভাৰতৰ বাণিজ্যিক ৰাজধানী মুম্বাই দেশৰ পশ্চিমত আৰব সাগৰৰ পাৰত অৱস্থিত ৷ পৃথিৱীৰ ভিতৰতে ই অন্যতম ঘন জনবসতিপূৰ্ণ মহানগৰ ৷ প্ৰকৃততে মুম্বাই হৈছে সাতটা দ্বীপৰ সমষ্টি ৷ সেইকেইটা হৈছে ক’লাবা, ক্ষুদ্ৰ ক’লাবা, মাজাগাঁও, পাৰেল, ৱৰ্লী, মাহিম আৰু মাতুংগা চায়ন (Colaba, Old… Read more →
